সমাগত ভোগালী বিহু, আটকধুনীয়া ভেলাঘৰ সজাত ব্যস্ত এতিয়া বিহুবলীয়া অসমীয়া

Votre vidéo commence dans 10
Passer (5)
Formation gratuite en FR pour les membres inscrits sur les sites de vidéos

Merci ! Partagez avec vos amis !

Vous avez aimé cette vidéo, merci de votre vote !

Ajoutées by admin
81 Vues
#NewsLive #BhogaliBihu #MaghBihu #AssamNews

লাহে লাহে আহিছে উছবৰ আনন্দ। এফালে নৱবৰ্ষৰ উলাহ, আনফালে সমাগত ভোগালী বিহু। ভোগালী বুলিলেই প্ৰতিজন অসমীয়াৰ হয় উলাহে নধৰা হিয়া। আটকধুনীয়া ভেলাঘৰ সজাত ব্যস্ত এতিয়া বিহুবলীয়া অসমীয়া। গাঁওবাসী ব্যস্ত পথাৰৰ লখিমী চপোৱাত আৰু বিহুৰ চিৰা-পিঠা দৈ প্ৰস্তুত কৰাত। এটা বছৰৰ অচলাৱস্থাৰ পিছত এইবাৰ ৰাজ্যৰ চৌপাশে দেখিবলৈ পোৱা গৈছে পুনৰ চালে চকুৰোৱা পৰিৱেশ।

Like the official facebook page of News Live: https://www.facebook.com/newslivetvofficial/

Follow News Live on twitter: https://twitter.com/NewsLiveGhy

Connect to our instagram account: https://www.instagram.com/newsliveghy/

Visit our website for all news updates: http://newslivetv.com/
Catégories
Divers News Artistes

Ajouter un commentaire

Commentaires

Soyez le premier à commenter cette vidéo.